Total Lockdown in Golaghat District





গোলাঘাট জিলা উপায়ুক্ত মহোদৰ কাৰ্য্যালয়ৰ পৰা জনাই যে, কভিত মহামাৰীক ৰোধ কৰিবলৈ অহা ইংৰাজী ১৩ আৰু ১৪ জুলাই/২০২১ তাৰিখে গোলাঘাট জিলাৰ সকলো গোলামালৰ দোকান, শাক পাচলীৰ দোকান, ইত্যাদী সম্পূৰ্ণভাবে ২ দিনৰ কাৰণে বন্ধ থাকিব। কেৱল অৌষধ আৰু গাখিৰৰ বিপনি সমূহ খোলা ৰাখিব পাৰিব। এই সন্দৰ্ভত প্ৰকাশিত পোৱা চৰকাৰী পত্ৰখন তলত দিয়া হল।

Total Lockdown on 13th and 14th July of 2021 has been declared by the District Commissioner of Golaghat District. During these two days grocery shop, vegetable shop also will remain closed. Only pharmacy and milk shops are allowed to open. In this regard a notice has been published which is given below.