Kaziranga

Total Lockdown in Golaghat District

গোলাঘাট জিলা উপায়ুক্ত মহোদৰ কাৰ্য্যালয়ৰ পৰা জনাই যে, কভিত মহামাৰীক ৰোধ কৰিবলৈ অহা ইংৰাজী ১৩ আৰু ১৪ জুলাই/২০২১ তাৰিখে গোলাঘাট জিলাৰ সকলো গোলামালৰ দোকান, শাক পাচলীৰ দোকান, ইত্যাদী সম্পূৰ্ণভাবে ২ দিনৰ কাৰণে বন্ধ থাকিব। কেৱল অৌষধ আৰু গাখিৰৰ বিপনি সমূহ Read More